utterance_id
stringlengths 11
11
| text
stringlengths 1
319
| audio
audioduration (s) 2
59.2
|
---|---|---|
utt00000001 | এই নৈ খন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্বতলানিৰ পৰা ওলাই উত্তৰ লখিমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ। | |
utt00000002 | খেৰকটীয়া এখন বেলেগ নৈ নহয়, ব্ৰহ্মপুত্ৰৰ ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰিত পৰিছে। আজি কালিও লখিমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত | |
utt00000003 | এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি তেওঁৰ পৰম ৰূপৱতী, সৰ্বগুণে বিভূষিতা ভাৰ্যা সোৱণশিৰিক বাটৰে পৰাই আদৰি নিছে। | |
utt00000005 | সোৱণশিৰি নৈখন বহু বহুলে, বহলে ব্ৰহ্মপুত্ৰৰ পাঁচজোখৰ এএজোখমান হব। ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ পানী নিৰ্মল। | |
utt00000006 | যিমান ওপৰৰ ফাললৈ যোৱা যায় ইয়াৰ পানী সিমান নিৰ্মল পোৱা যায়। আনকি ওপৰৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি। | |
utt00000007 | এই পানীৰ লগত ঠায়ে ঠায়ে অলপ সোণ মিহলি আছে। আগেয়ে সোৱণশিৰী অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজিকালিও ঠায়ে ঠায়ে সোৱণশিৰীৰ পানীত সোণৰ ৰেণু আছে। | |
utt00000008 | কিন্তু আজিকালি অসমীয়া মানুহে সোণ ধুবলৈ এৰিছে। বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়। কপালত থাকিলেহে এমাহ বালি ধুই এসিকি সোণ উলিয়াব পাৰি। | |
utt00000009 | আগেয়ে ৰজাৰ দিনত ধান-চাউল বৰ সস্তা আছিল। এসিকি সোণেৰেই এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আটিছিল। কিন্তু আজিকালি | |
utt00000010 | পাঁচ-ছয়, পাঁচ-ছয়টকা ৰূপ নহলে এটা মানুহকে খাবলৈ নটাত পৰিল। সেইদেখি আজিকালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে। | |
utt00000012 | সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথা লগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই, আইৰ ৰূপৰো সীমা নাই। | |
utt00000015 | পৰ্বতৰ শীতল ঠাইৰ পৰা নামি অহা, মিৰিহঁতৰ আইৰ কাষত নাথাকিলেও নহয়। চচৰগ পূজাত সিহঁতক শীতল কৰিবলৈ মুগলীং মিৰেমাক | |
utt00000016 | তাঙ্গ লেছিনাক চিনেক তাঙ্গ একি ৰাক্ বেচিনেক্ বেচি তাম ৰনেক্ ইত্যাদি বুলি তুতি কৰা মিৰিহঁতৰ সোৱণশিৰীত | |
utt00000017 | আইৰ শীতল বতাহ নাপালে জীৱ নাথাকে। সোৱণশিৰীৰ শীতল পানী নাখালে সিহঁতৰ পিয়াহ নপলায়। আই সোৱণশিৰীৰ কোলাত | |
utt00000019 | কতবা হয়তো এপাৰে মিৰিৰ গাঁও, আনপাৰে হাবি। সেই হাবি ভাঙি মিৰিহঁতে ভূঁই কৰে। এনেকুৱা এখন মিৰি গাঁৱৰ পশ্চিমফালে দুখন আহু ধানৰ ভূঁই আছিল। | |
utt00000020 | সেই ভূঁই দুখন সোৱণশিৰী নৈৰ পাৰত। মুঠতে গড়াৰ পৰা দহ-বাৰ নল দূৰ। ভূঁই দুখনৰ মাজত দুখন চাঙ। মুঠেই পাঁচ-ছয় নলৰ আঁতৰা-আঁতৰি। | |
utt00000021 | এই চাঙ দুখনৰ এখনত এজনী আঠ-ন বছৰ বয়সীয়া ছোৱালী। আনখনত এটা তেৰ-চৈধ্য বছৰ বয়সীয়া লৰা। | |
utt00000023 | সূৰুয দেৱতাই লগে লগে পশ্চিম আকাশত ঠাই ললেগৈ। ৰদৰ কিৰণ সোৱণশিৰী নৈত পৰি জিলমিলাইছে। লৰা-ছোৱালীহালে অকলে অকলে বহি আছে। | |
utt00000024 | এনেতে সিফালে হাবিৰ পৰা এটা ভালুক ওলাল। ভালুকটো ওলোৱা মাত্ৰেই লৰা-ছোৱালীহালৰ জীৱ উৰি গল। দুয়ো আতুৰ হৈ দৌৰ মাৰিলে। দৌৰত আঠ হাত নল গৈয়েই, ছোৱালীজনী উজুতি খাই পৰিল। | |
utt00000026 | জংকি মই একো দুখ পোৱা নাই। লৰাটোৰ নাম জংকি আৰু ছোৱালীজনীৰ নাম পানেই। তেতিয়া জংকিয়ে কলে, পানেই আমি আৰু ইয়াত নাথাকো, যাওঁ বল। | |
utt00000029 | নাও সিপাৰ পালেগৈ। তেতিয়া মিৰি লৰা-ছোৱালী হালেই পাৰত নাও এৰি নামিল। ঘৰাঘৰি যাবৰ পৰত | |
utt00000030 | পানেইয়ে জংকিক কলে হেৰৈ জংকি, হেৰৈ জংকি কাইলৈ আমাৰ ঘৰত ধেমালি হৱ তই আহিবি দেই। জংকিয়ে কলে, বাৰু যাম দেই পানেই। | |
utt00000031 | মিৰিসকলৰ নিজৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে তেওঁ বিলাক আগেয়ে শদিয়াৰ ওপৰৰ বৰ আবৰৰ লগৰ মানুহ আছিল। তাৰ পাছত দেশত সদায় খেলে খেলে কটা-ছিঙা | |
utt00000033 | আহোতে সেই গছবিলাক কাটি কাটি থৈছিল। এফালৰ পৰা কাটি আহে মানে সেই গছবিলাক আকৌ গঁজালি মেলিছিল। বৰ আবৰে গছবিলাকৰ গঁজালি মেলা দেখি মিৰিহঁত বহুদিনৰ আগেয়ে পলাইছে। | |
utt00000034 | সিহঁতক আৰু খেদি লগ পোৱা নাযাব ইত্যাদি বিবেচনা কৰি উলটি গল। মিৰিসকলে তেতিয়া আহি ভৈয়ামত বসতি কৰে। তেওঁবিলাকৰ প্ৰধান খেল দুটা। | |
utt00000035 | দহ গামৰ খেল আৰু বাৰে গামৰ খেল। বাৰে গামৰ খেলৰ ভিতৰত হেনো চুতীয়া, দৈতিয়াল ইত্যাদি সৰু সৰু খেল আছে। | |
utt00000036 | দহ গামৰ খেলত আয়েঙিয়া, মায়েঙিয়া, চাৰেঙিয়া, দামুকিয়াল, শামুগুৰিয়া ইত্যাদি খেল আছে। এই গোটেই বিলাকেই আমাৰ ভৈয়ামত থকা মিৰি খেল। | |
utt00000038 | ভালেই হৈ আছে। সিহঁতৰ অনেক খেল আছে শুনা যায়। গাসি, ঘাসি, সাৰোগ, চিলি ইত্যাদি পৰ্বতীয়া মিৰি সকলৰ কথা আমি শুনিছোহঁক।আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ | |
utt00000039 | খোৱা লোৱা, আমাৰ ভৈয়ামৰ মিৰি আজিকালি অসমীয়া। তেওঁবিলাকৰ বেলেগ মাত থাকিলেও সকলোৱে অসমীয়া কথা কয়। কানি কাপোৰ অসমীয়া মানুহৰ দৰে পিন্ধে। তেওঁবিলাক হিন্দু ধৰ্মও লৈছে। | |
utt00000040 | চৰগ পূজা, ই এটা মিৰি জাতীয় দৈবিক ক্ৰিয়া। ধন থকা যেই সেই মিৰিয়ে ইয়াক কৰিব পাৰে। পূজা বছৰেকে বা তিনি-চাৰি বছৰৰ আঁতৰে আঁতৰে কৰিব পাৰে। | |
utt00000041 | যি মানুহে এই পূজা এবাৰ কৰে, সি সেই পূজা নিয়মিত সময়ত সদায় কৰি থাকিব লাগিব। পৰিয়ালটোৰ সকলোৰে ভালৰ অৰ্থে এই পূজাটো কৰে। ইয়াত মেঘ | |
utt00000043 | ঠাইৰ অভাৱত ইয়াত বিস্তাৰিত বিৱৰণ দিব পৰা নগল। মুগলীং মিৰেমা | |
utt00000044 | এওঁলোক বিজুলী আৰু মেঘৰ দেৱতা। সোৱণশিৰি নৈৰ পাৰত থকা মিৰি গাওঁবিলাকত অনেক সময়ত চৰগ পৰে। | |
utt00000045 | সেই দেখি আৰু সাধাৰণত বিজুলীৰ চকামকা দেখিলে, মেঘৰ গাজনি শুনিলে, ভয় লাগে দেখি স্বভাৱত অজলা মিৰি জাতিয়ে বিজুলী আৰু মেঘক দুজনা ডাঙৰ দেৱতা বুলি ভাৱে। | |
utt00000050 | পাঁচ বছৰ বয়সীয়া অৰ্থে ডাঙৰ। মিৰিৰ হেচাপ মতে পাঁচ বছৰ হোৱাই গাহৰিৰ ডাঙৰ আৰু শকত হোৱাৰ চিন। | |
utt00000051 | দুবছৰীয়া গাহিৰ এটি দিলেও পাঁছ বছৰৰ নাম লয়। গাহৰিৰ দাঁত থাকে, শিং নাথাকে। | |
utt00000052 | শিঙাল বোলাৰ ভাৱ এই যে আগেয়ে মিৰিসকলে গৰু মহো পূজাত লাগিছিল আৰু খাইছিল। | |
utt00000054 | তেওঁবিলাকে বৰকৈ মদ খায়, সেইদেখি মূৰৰ কামোৰ সৰহ। পেট বেয়া লৈ মিৰিয়ে ভয় কৰে। আনিক জহনী লাগিলে মৰা মানুহকো পেলাই থৈ হাবি লৈ পলায়। | |
utt00000055 | যি বাটেদি পলাই সেই বাটটোও হাবি কাটি কাটি মাৰি যায়। যাতে জহনী দেৱতাই বাট চিনি পাৱ নোৱাৰে। | |
utt00000058 | Hello এই কি বুলি কয় চাইকেল দুখনমান আহি গৈছিলে আকৌ sound | |
utt00000060 | কিবা এটা দৰকাৰত ফোন কৰিলে পতককে কি বুলি কয় কথা নোলায় ন | |
utt00000061 | অ | |
utt00000065 | আমনি লাগি গৈছে কিবা কামোৰ লাগি গৈছে | |
utt00000066 | Hello | |
utt00000069 | Hello | |
utt00000071 | Hello | |
utt00000073 | শুনিছো আমাৰ ইয়াতে পোৱালীবোৰ আহি গৈছে ওচৰৰ | |
utt00000075 | উম কৰ হয় জানো এইবোৰ যতে বহো তাতে আহি যাব | |
utt00000076 | ভাত আকৌ এবাৰ খাবলে হল নে কি? | |
utt00000077 | খাবলে হৈছে বাৰু ভাত | |
utt00000078 | মই যে খোৱাই নাই খামগেহে এতিয়া | |
utt00000079 | আহ | |
utt00000080 | এনেকুৱা network problem ইয়াত | |
utt00000086 | মবাইল charge কিমান আছে | |
utt00000087 | charge thirty seven | |
utt00000089 | Thirty seven বাঢ় game চেইম মাৰিলা নে কি ইমান পতককে charge গলগৈ | |
utt00000090 | নাই | |
utt00000091 | দিনত কিমান কেইবাৰ খেলা game | |
utt00000092 | আগতে খেলিছিলো দেই নতুন নতুনতে খেলোতে | |
utt00000093 | এনেকে দুঘন্টা তিনি ঘন্টা | |
utt00000096 | এৰ ঘাঁহ সজায় তোমাৰ সেইটো character আছে নি | |
utt00000097 | আছে নিকি | |
utt00000098 | কি আছিলে জানো নামটো মইও পাহৰি গৈছো | |
utt00000101 | অ নাই নাই | |
utt00000102 | এৰ ফ্ৰি ফায়াৰ ধেৰ একদম global স্লবেল আৰু পাব জিটোৰ লেখীয়া নহয় | |
utt00000107 | diamond সোমাই পাইছা | |
utt00000108 | পাইছো লাজেই লাগিছে কবলে আৰু দেই যি তি খন সুধি নাথাকিবা আকৌ নহলে কবা ই newbie হয় | |
utt00000109 | কিহৰ কাৰণে লাজ লাগিছে সোমাই পাইছা বুলি কৈছো কিহৰ কাৰণে লাজ লাগিছে | |
utt00000111 | হয় নিকি? | |
utt00000114 | all people নহয়, এই পোৱালীবোৰ বেছি পগলা actually | |
utt00000115 | উম আমাৰ ঘৰতে আছে দুটা পোৱালী | |
utt00000116 | বহুত সৰুৰ পৰা খেলিবও দিব নালাগে, তোমাৰ মতে কি game টো বেয়া নে ভাল | |
utt00000117 | এনেকে ভালেই আৰু | |
utt00000122 | বস্তুটো habit ত লব নালাগে, অভ্য়াসত লব নালাগে | |
utt00000123 | নাই নেখেলিলে নহবই খেলিবই লাগিব তেনেকে হব নালাগে | |
utt00000124 | সেই সময়ত ধৰি লোৱা আজৰি সময়ত আমনি লগা সময়ত | |
utt00000125 | গৈছা বোলে কামটোত তোমাক বহাই দিলে দুঘন্টা তিনি ঘন্টা | |
utt00000128 | তেতিয়া বহি দিব পাৰি আৰু | |
utt00000131 | আমাৰ ইয়াতে আছে দুটামান ওচৰৰ, তেনেকে, মাকে ইমান গালি পাৰি থাকে | |
utt00000134 | চিনি পাবা চাগে RBX নয়ন নে কি জানো নামটো আছিলে | |
utt00000135 | নয়নে খেলে নিকি? | |
utt00000136 | আহ পগলা | |
utt00000138 | অ আছে, নিজৰ মবাইল না নাথকোতেই খেলিছিলে, লোকৰ পৰা লৈ | |
utt00000139 | বায়েকহঁতৰ পৰা লৈ লৈ | |
utt00000141 | মাৰ খাই যায় বেচেৰাটো হলেও খেলিব | |
utt00000142 | এতিয়া নিজৰ মবাইল ললে | |
utt00000143 | উম এতিয়াও খেলি থাকে | |
utt00000144 | অ | |
utt00000147 | তুমিও সিহঁতৰ লগতে খেলি পাৰা practice টো হব ন | |
utt00000149 | মোৰ লগত | |
utt00000155 | সিহঁতৰ লগতে খেলিব লাগিব তেন্তে, কবও লাগিব, যোৱাই নাই সিহঁতৰ ঘৰৰ ফালে মই | |
utt00000156 | update টো দি লবা আকৌ তেতিয়াহে | |
utt00000158 | আঢ়ৈশ MB হে বেছি নহয় নহয় চাগে, আঢ়ৈশ MB য়ে চাগে | |
utt00000160 | আঢ়ৈশটো যে কিমান আৰু, দেড় GB দেড় GB দিনটোত খটম হৈ যায় আঢ়ৈশ, MB টো কি | |
utt00000162 | কবা নহলে মই data pack এটা ভৰাই দিম পোন্ধৰ টকীয়া | |
utt00000163 | নালাগে হব | |
utt00000164 | Hello | |
utt00000165 | উম কোৱা | |
utt00000167 | হেৎ অথনিৰ পৰা ইমান যোৰ যোৰকে কথা পাতি আছো বোলে লাহে লাহে কথা পাতিছো | |
utt00000169 | মা আহিলে অ | |
utt00000171 | মা আছে |
End of preview. Expand
in Dataset Viewer.
README.md exists but content is empty.
- Downloads last month
- 44