text
stringlengths 2
1.32k
|
---|
Before the 1980 elections Gandhi approached the then Shahi Imam of Jama Masjid, Syed Abdullah Bukhari and entered into an agreement with him on the basis of 10-point programme to secure the support of the Muslim votes.১৯৮০ চনৰ নিৰ্বাচনৰ পূৰ্বে গান্ধীয়ে জামা মছজিদৰ তদানীন্তন শ্বাহী ইমাম চৈয়দ আব্দুল্লা বুখাৰীৰ কাষ চাপিছিল আৰু মুছলমান ভোটৰ সমৰ্থন সুৰক্ষিত কৰাৰ বাবে ১০ দফীয়া কাৰ্যসূচীৰ আধাৰত তেওঁৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছিল। |
The other leaders of the Janata Party were Charan Singh, Raj Narain, George Fernandes and Atal Bihari Vajpayee.জনতা পাৰ্টীৰ আন নেতাসকল আছিল চৰণ সিং, ৰাজ নাৰায়ণ, জৰ্জ ফাৰ্ণাণ্ডেজ আৰু অটল বিহাৰী বাজপেয়ী। |
The Janata alliance, under the leadership of Morarji Desai, came to power after the State of Emergency was lifted.জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰাৰ পিছতে মোৰাৰজী দেশাইৰ নেতৃত্বত জনতা পাৰ্টীৰ মিত্ৰজোঁট শাসনলৈ আহিছিল। |
She may have grossly misjudged her popularity by reading what the heavily censored press wrote about her.অতিমাত্ৰা নিয়ন্ত্ৰণ কৰা প্ৰেছে তেওঁৰ বিষয়ে লিখাখিনি পঢ়ি তেওঁ হয়তো নিজৰ জনপ্ৰিয়তাক সম্পূৰ্ণৰূপে ভুলকৈ বিবেচনা কৰিছিল। |
Finally, the impending legislative assembly elections were postponed indefinitely, with all opposition-controlled state governments being removed by virtue of the constitutional provision allowing for a dismissal of a state government on the recommendation of the state's governor.অৱশেষত, আগন্তুক বিধান সভা নিৰ্বাচন অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাই দিয়া হৈছিল, ৰাজ্যখনৰ ৰাজ্যপালৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰক বৰ্খাস্ত কৰাৰ অনুমতি দিয়া সাংবিধানিক বিধেয়কৰ জৰিয়তে সকলো বিৰোধী নিয়ন্ত্ৰিত ৰাজ্য চৰকাৰক আঁতৰাই পেলোৱা হৈছিল। |
The Janata alliance, with Jai Prakash Narayan as its spiritual guide, claimed the elections were the last chance for India to choose between "democracy and dictatorship".জয় প্ৰকাশ নাৰায়ণক আধ্যাত্মিক পথপ্ৰদৰ্শক হিচাপে লৈ জনতা মিত্ৰজোঁটে দাবী কৰিছিল যে নিৰ্বাচনবোৰ ভাৰতৰ বাবে "গণতন্ত্ৰ আৰু একনায়কত্ববাদ”ৰ মাজৰ পৰা এটা বাছনি কৰাৰ শেষ সুযোগ। |
Gandhi moved to restore order by ordering the arrest of most of the opposition participating in the unrest.গান্ধীয়ে ৰাজনৈতিক অস্থিৰতাত অংশ লোৱা বিৰোধীৰ অধিকাংশকে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দি শান্তি-শৃংখলা ঘূৰাই অনাৰ বাবে চেষ্টা কৰিছিল। |
As the constitution requires that the Prime Minister must be a member of either the Lok Sabha or the Rajya Sabha, the two houses of the Parliament of India, she was effectively removed from office.যিহেতু সংবিধান অনুসৰি প্ৰধানমন্ত্ৰীগৰাকী ভাৰতৰ সংসদৰ দুখন সদন লোকসভা বা ৰাজ্যসভাৰ সদস্য হ'ব লাগিব, সেয়ে তেওঁক কাৰ্যকৰীভাৱে পদৰ পৰা অপসাৰণ কৰা হৈছিল। |
On 12 June 1975, the Allahabad High Court declared Indira Gandhi's election to the Lok Sabha in 1971 void on the grounds of electoral malpractice.১৯৭৫ চনৰ ১২ জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ে অবৈধ নিৰ্বাচন পদ্ধতিৰ ভিত্তিত ১৯৭১ চনৰ ইন্দিৰা গান্ধীৰ লোকসভাৰ নিৰ্বাচন বাতিল ঘোষণা কৰিছিল। |
The other was the announcement by the prime minister of Bank nationalisation without consulting the finance minister, Morarji Desai.আনটো আছিল বিত্তমন্ত্ৰী মোৰাৰজী দেশাইৰ পৰামৰ্শ নোলোৱাকৈ প্ৰধানমন্ত্ৰীয়ে কৰা বেংক ৰাষ্ট্ৰীয়কৰণৰ ঘোষণা। |
For the first time, the party also lost power or lost its majority in a number of states across the country.প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশৰ কেইবাখনো ৰাজ্যত দলটোৱে ক্ষমতা হেৰুৱাইছিল বা সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। |
In that capacity, she was instrumental in getting the Communist led Kerala State Government dismissed in 1959.সেই ক্ষেত্ৰত তেওঁ ১৯৫৯ চনত কমিউনিষ্ট নেতৃত্বাধীন কেৰালাৰ ৰাজ্য চৰকাৰক ক্ষমতাচ্যুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। |
Gandhi's first eleven years serving as prime minister saw her evolve from the perception of Congress party leaders as their puppet, to a strong leader with the iron resolve to split the party over her policy positions, or to go to war with Pakistan to liberate Bangladesh.গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম এঘাৰ বছৰত তেওঁ কংগ্ৰেছ দলৰ নেতাসকলক পুতলা হিচাপে ব্যৱহাৰ কৰাৰ পৰা নীতিগত স্থিতিসমূহক লৈ দলটো বিভাজিত কৰাৰ কঠিন সিদ্ধান্তলৈকে অথবা বাংলাদেশক মুক্ত কৰিবলৈ পাকিস্তানৰ সৈতে যুদ্ধত নামিবলৈ লোৱা সিদ্ধান্তৰে এগৰাকী শক্তিশালী নেত্ৰীলৈ বিকশিত হৈছিল। |
Their marriage took place in Allahabad according to Adi Dharm rituals, though Feroze belonged to a Zoroastrian Parsi family of Gujarat.ফিৰোজ গুজৰাটৰ জৰ'আষ্ট্ৰিয়ান পাৰ্চী পৰিয়ালৰ আছিল যদিও তেওঁলোকৰ বিবাহ আদি ধৰ্মৰ বিধি অনুসৰি এলাহাবাদত হৈছিল। |
In 1999, Indira Gandhi was named "Woman of the Millennium" in an online poll organised by the BBC.১৯৯৯ চনত বি.বি.চি.ৰ দ্বাৰা আয়োজিত এক অনলাইন সমীক্ষাত ইন্দিৰা গান্ধীক "ৱ'মেন অফ দ্য মিলেনিয়াম" হিচাপে মনোনীত কৰা হৈছিল। |
She went to war with Pakistan in support of the independence movement and war of independence in East Pakistan, which resulted in an Indian victory and the creation of Bangladesh, as well as increasing India's influence to the point where it became the sole regional power of South Asia.তেওঁ পূব পাকিস্তানৰ স্বাধীনতা আন্দোলন আৰু স্বাধীনতা যুদ্ধৰ সমৰ্থনত পাকিস্তানৰ লগত যুদ্ধ কৰিছিল, যাৰ ফলস্বৰূপে ভাৰত জয়ী হৈছিল আৰু বাংলাদেশৰ সৃষ্টি হৈছিল, লগতে ভাৰতৰ প্ৰভাৱ ইমানেই বৃদ্ধি পাইছিল যে ই দক্ষিণ এছিয়াৰ একমাত্ৰ আঞ্চলিক শক্তি হৈ পৰিছিল। |
It is possible that Ashoka did not consider it politically appropriate to make such a confession to the people of Kalinga.এইটো সম্ভৱ যে অশোকে কলিঙ্গৰ লোকসকলৰ ওচৰত এনে স্বীকাৰোক্তি দিয়াটো ৰাজনৈতিকভাৱে উপযুক্ত বুলি বিবেচনা কৰা নাছিল। |
Some earlier writers believed that Ashoka dramatically converted to Buddhism after seeing the suffering caused by the war since his Major Rock Edict 13 states that he became closer to the dhamma after the annexation of Kalinga.পূৰ্বৰ কিছু লেখকে বিশ্বাস কৰিছিল যে অশোকে যুদ্ধৰ ফলত হোৱা দুখ-কষ্ট দেখি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল কিয়নো তেওঁৰ ১৩নং মুখ্য শৈল্য শাসনত কোৱা হৈছে যে তেওঁ কলিঙ্গ দখল কৰাৰ পিছত ধম্মাৰ ওচৰ চাপিছিল। |
As prime minister, Gandhi was known for her political intransigency and unprecedented centralisation of power.প্ৰধানমন্ত্ৰী হিচাপে গান্ধী ৰাজনৈতিক অচলতা আৰু ক্ষমতাৰ অভূতপূৰ্ব কেন্দ্ৰীকৰণৰ বাবে পৰিচিত আছিল। |
During Nehru's premiership from 1947 to 1964, Gandhi was considered a key assistant and accompanied him on his numerous foreign trips.১৯৪৭ চনৰ পৰা ১৯৬৪ চনলৈ নেহৰু প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত গান্ধীক মুখ্য সহায়ক হিচাপে গণ্য কৰা হৈছিল আৰু তেওঁৰ সৈতে তেওঁৰ অসংখ্য বিদেশ ভ্ৰমণত গৈছিল। |
She served as prime minister from January 1966 to March 1977 and again from January 1980 until her assassination in October 1984, making her the second longest-serving Indian prime minister after her father.তেওঁ ১৯৬৬ চনৰ জানুৱাৰীৰ পৰা ১৯৭৭ চনৰ মাৰ্চ মাহলৈ আৰু পুনৰ ১৯৮০ চনৰ জানুৱাৰীৰ পৰা ১৯৮৪ চনৰ অক্টোবৰ মাহত হত্যা কৰালৈকে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি পিতৃৰ পিছতে তেওঁ দ্বিতীয়গৰাকী দীৰ্ঘদিনীয়া ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিচিত হৈছিল। |
She was the 3rd prime minister of India and was also the first and, to date, only female prime minister of India.তেওঁ ভাৰতৰ তৃতীয় প্ৰধানমন্ত্ৰী আছিল আৰু লগতে ভাৰতৰ প্ৰথম আৰু আজি পৰ্যন্ত একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী। |
Ashoka states that the repentance of these sufferings caused him to devote himself to the practice and propagation of dharma.অশোকে উল্লেখ কৰিছে যে এই দুখ-কষ্টবোৰৰ অনুতাপৰ বাবেই তেওঁ ধৰ্মৰ চৰ্চা আৰু প্ৰচাৰত নিজকে নিয়োজিত কৰিছিল। |
According to Ashoka's Major Rock Edict 13, he conquered Kalinga 8 years after ascending to the throne.অশোকৰ ১৩নং মুখ্য শৈল্য শাসন অনুসৰি, তেওঁ সিংহাসনত আৰোহণ কৰাৰ ৮ বছৰৰ পিছত কলিঙ্গ জয় কৰিছিল। |
In 1343 CE, Sultan Jamshid suffered a defeat by his brother who ascended the throne as Sultan Alau'd-Din in 1347 CE.১৩৪৩ খ্রীষ্টাব্দত চুলতান জামশিদ তেওঁৰ ভায়েকৰ হাতত পৰাস্ত হৈছিল, যি ১৩৪৭ খ্রীষ্টাব্দত চুলতান আলাউড-দিন হিচাপে সিংহাসনত অধিষ্ঠিত হৈছিল। |
Directly, after the Kalingas had been annexed, began His Sacred Majesty's zealous protection of the Law of Piety, his love of that Law, and his inculcation of that Law.পোনপটীয়াকৈ কলিঙ্গ সংযুক্ত হোৱাৰ পিছত ধাৰ্মিক সম্ৰাটৰ ধৰ্মভক্তিৰ বিধানৰ প্ৰতি উচ্চ সুৰক্ষা, সেই বিধানৰ প্ৰতি তেওঁৰ প্ৰেম আৰু সেই বিধানৰ প্ৰতি তেওঁৰ শিকনি আৰম্ভ হ'ল। |
This interregnum can be explained assuming that he fought a war of succession with other sons of Bindusara during these four years.এই চাৰি বছৰত তেওঁ বিন্দুসাৰৰ আন পুত্ৰসকলৰ সৈতে উত্তৰাধিকাৰৰ যুদ্ধ কৰিছিল বুলি ধৰি লৈ এই অন্তকালটো ব্যাখ্যা কৰিব পাৰি। |
Shortly after, Bindusara fell ill and was expected to die soon.কিছু সময়ৰ পিছতে বিন্দুসাৰ অসুস্থ হৈ পৰিছিল আৰু সোনকালেই মৃত্যু হ’ব বুলি আশা কৰা হৈছিল। |
Assuming this visit was a part of the pilgrimage described in the text, and assuming that Ashoka visited Lumbini around 12 years after the solar eclipse, the ascension date of 268–269 BCE seems more likely.এই ভ্ৰমণটো পাঠত বৰ্ণনা কৰা তীৰ্থযাত্ৰাৰ এটা অংশ বুলি ধৰি ল’লে, আৰু সূৰ্যগ্ৰহণৰ প্ৰায় ১২ বছৰ পিছত অশোকে লুম্বিনী ভ্ৰমণ কৰিছিল বুলি ধৰি ল’লে, সম্ভৱত আৰোহণৰ তাৰিখ খ্ৰীষ্টপূৰ্ব ২৬৮–২৬৯ৰ ভিতৰত হ'ব যেন লাগে। |
Susima died a painful death, and his general Bhadrayudha became a Buddhist monk.সুসিমাৰ যন্ত্ৰণাদায়ক মৃত্যু হয়, আৰু তেওঁৰ সেনাপতি ভদ্ৰযুদ্ধ বৌদ্ধ সন্ন্যাসী হৈ পৰে। |
The story about the deities miraculously bringing weapons to Ashoka may be the text's way of deifying Ashoka; or indicating that Bindusara who disliked Ashoka wanted him to fail in Takshashila.দেৱতাসকলে অলৌকিকভাৱে অশোকলৈ অস্ত্ৰ অনাৰ কাহিনীটো অশোকক দেৱতাৰ শাৰীলৈ উন্নিত কৰাৰ উপায় হ’ব পাৰে; বা অশোকক অপছন্দ কৰা বিন্দুসাৰে তক্ষশিলাত বিফল হোৱাটো বিচাৰিছিল বুলি ইংগিত দিছে। |
Sometime later, Ashoka has similarly welcomed in the Khasa territory and the gods declared that he would go on to conquer the whole earth.কিছুদিনৰ পাছত অশোকে একেই ধৰণে খাছা অঞ্চলত স্বাগতম জনাইছিল আৰু দেৱতাসকলে ঘোষণা কৰিছিল যে তেওঁ সমগ্ৰ পৃথিৱীখন জয় কৰিব। |
The minister worried that after ascending the throne, Susima may jokingly hurt him with a sword.মন্ত্ৰীগৰাকী চিন্তিত হৈছিল যে সিংহাসনত অধিষ্ঠিত হোৱাৰ পিছত সুসিমাই তেওঁক ধেমালিতে তৰোৱালেৰে আঘাত কৰিব পাৰে। |
The Buddhist chroniclers may have fabricated the Shakya connection to connect Ashoka's family to Buddha.বৌদ্ধ বুৰঞ্জীবিদসকলে হয়তো অশোকৰ পৰিয়ালক বুদ্ধৰ সৈতে সংযোগ কৰিবলৈ শাক্য সংযোগ ৰচনা কৰিছিল। |
This suggests that Bindusara was impressed by the other qualities of the prince.ইয়াৰ দ্বাৰা বুজিব পাৰি যে বিন্দুসাৰে ৰাজকুমাৰৰ আন গুণবোৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল। |
Numismatic, sculptural, and archaeological evidence supplements research on Ashoka.অশোকৰ গৱেষণাত মুদ্রা, ভাস্কর্য, আৰু প্রত্নতাত্ত্বিক প্ৰমাণসমূহে সম্পূৰ্ণ সহায় কৰে। |
Accordingly, her father took her to Pataliputra, where she was inducted into Bindusara's harem, and ultimately, became his chief queen.সেই অনুসৰি দেউতাকে তাইক পাটলিপুত্ৰলৈ লৈ গৈছিল, য’ত তাইক বিন্দুসাৰৰ হাৰেমত ৰখা হৈছিল আৰু অৱশেষত তেওঁৰ মুখ্য ৰাণী হৈছিল। |
In Ashokavadana, the queen manages to have the tree healed after she realizes her mistake.অশোকবদনত, ৰাণীয়ে নিজৰ ভুল বুজি পোৱাৰ পিছত সেই গছজোপা সুস্থ কৰিব পাৰে। |
Although he got some acting assignments with the help of his brother, he was more interested in becoming a singer.যদিও ভায়েকৰ সহায়ত তেওঁ কিছু অভিনয়ৰ কাম লাভ কৰিছিল, তেখেত এগৰাকী কণ্ঠশিল্পী হ’বলৈহে অধিক আগ্ৰহী আছিল। |
Rahm was the largest Indian ship sailing in the Red Sea and was known to the Europeans as the "great pilgrimage ship".ৰহম লোহিত সাগৰত যাত্রা কৰা সর্ববৃহৎ ভাৰতীয় জাহাজ আছিল আৰু ইউৰোপিয়ানসকলৰ বাবে 'মহান তীর্থ জাহাজ' হিচাপে জনাজাত আছিল। |
These allegations included that she "had planned or thought of killing all opposition leaders in jail during the Emergency".এই অভিযোগসমূহৰ ভিতৰত আছিল যে তেওঁ "জৰুৰীকালীন অৱস্থাৰ সময়ত কাৰাগাৰত থকা সকলো বিৰোধী নেতাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বা চিন্তা কৰিছিল"। |
In this regard he discusses the correlation between social opportunities of education and health and how both of these complement economic and political freedoms as a healthy and well-educated person is better suited to make informed economic decisions and be involved in fruitful political demonstrations etc.তেওঁ শিক্ষা আৰু স্বাস্থ্যৰ সামাজিক সুবিধাসমূহৰ মাজত থকা সামঞ্জস্য আৰু কেনেদৰে উভয়ে অৰ্থনৈতিক তথা ৰাজনৈতিক স্বাধীনতাক পূৰণ কৰে, ইত্যাদি সন্দর্ভত আলোচনা কৰিছিল; যিহেতু এজন সুস্থ তথা সুশিক্ষিত ব্যক্তি পৰিপক্ক অর্থনৈতিক সিদ্ধান্ত ল'বলৈ আৰু ফলপ্রসূ ৰাজনৈতিক প্রদৰ্শনত ভাগ ল'বৰ বাবে বেছি যোগ্য। |
In 2019 he was inducted into the ICC Cricket Hall of Fame.২০১৯ চনত তেওঁক আই.চি.চি. ক্ৰিকেট হল অৱ ফে'মত অন্তৰ্ভুক্ত কৰা হৈছিল। |
At one point, to ward off a possible suitor, he casually mentions that his daughter isn't a virgin; that she's financially independent and sexually independent too.এটা সময়ত এগৰাকী সম্ভাব্য পাত্রক আঁতৰাবলৈ তেওঁ সাধাৰণভাৱে উল্লেখ কৰে যে তেওঁৰ কন্যা কুমাৰী নহয়; যে তেওঁ আৰ্থিকভাৱে স্বাধীন আৰু যৌন বিচাৰধাৰাতো স্বাধীন। |
In 2014, he played the role of the friendly ghost in the sequel Bhoothnath Returns.২০১৪ চনত তেওঁ ভূতনাথ ৰিটাৰ্ন্স ছিকুৱেলত বন্ধুত্বপূৰ্ণ ভূতৰ চৰিত্রটোত অভিনয় কৰিছিল। |
He had become a common conversation point in local cricketing circles, where there were suggestions already that he would become one of the greats.তেওঁ স্থানীয় ক্ৰিকেট মহলত এক সাধাৰণ আলোচনাৰ বিষয় হৈ পৰিছিল, য'ত তেওঁ এজন মহান খেলুৱৈ হ'ব বুলি ইতিমধ্যে আভাস দিয়া হৈছিল। |
Fearing similar treatment, the Zamorin set fire to his palace and perished in the flames, ending Eradi's dynastic rule of Calicut.একে ধৰণৰ আচৰণৰ আশংকাত জামোৰিনে তেওঁৰ প্ৰাসাদত জুই লগাই দিছিল আৰু ইৰাডিৰ কালিকটৰ ৰাজবংশীয় শাসনৰ অৱসান ঘটি অগ্নিকাণ্ডৰ ফলত মৃত্যু হৈছিল। |
In 1613, her ship, the Rahm, was seized by Portuguese pirates along with the 600700 passengers on board and the cargo.১৬১৩ চনত, তেওঁৰ জাহাজ ৰহমক পর্তুগীজ জলদস্যুৱে ৬০০-৭০০ যাত্রী আৰু মালবস্তুৰ সৈতে জব্দ কৰে। |
The Company administration countered with a list of demands that included payments of tribute to the Nizam and several land concessions to the East India Company.কোম্পানী প্ৰশাসনে দাবীসমূহৰ এখন তালিকাৰ সৈতে প্ৰত্যুত্তৰ দিছিল য'ত নিজামৰ ৰাজ্যকৰ পৰিশোধ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰণে ভূমিৰ কেইবাটাও ৰেহাই অন্তৰ্ভুক্ত আছিল। |
He returned to Delhi, believing that Alauddin would carry the wealth from Kara to Delhi.আলাউদ্দিনে ধন-সম্পদ কাৰাৰ পৰা দিল্লীলৈ কঢ়িয়াই নিব বুলি ভাবি তেওঁ দিল্লীলৈ ঘূৰি আহিছিল। |
In 1293, he raided Bhilsa, a wealthy town in the Paramara kingdom of Malwa, which had been weakened by multiple invasions.১২৯৩ চনত তেওঁ মালৱাৰ পাৰামাৰা ৰাজ্যৰ এখন ধনী নগৰ ভিলছাত অভিযান চলাইছিল, যিখন বহুতো আক্ৰমণৰ ফলত দুৰ্বল হৈ পৰিছিল। |
After a difficult campaign, Hyder reached Calicut, where the Zamorin, after promising to make payment, failed to deliver.এক কঠিন অভিযানৰ পাছত হাইদৰ কালিকটত উপস্থিত হৈছিল য'ত জামোৰিনে ধন পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত চমজাই দিয়াত ব্যৰ্থ হৈছিল। |
The Maratha victory forced Hyder to retreat; he had to abandon Bednore, although he was able to remove its treasures to Seringapatam.মাৰাঠা বিজয়ে হাইদৰক পিছুৱাই যাবলৈ বাধ্য কৰিছিল; তেওঁ বেদনৰক এৰি দিব লগা হৈছিল যদিও তেওঁ ইয়াৰ ধন-ভাণ্ডাৰ ছেৰিঙ্গাপটমলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হৈছিল। |
Since Savanur was a tributary of the Marathas, the Peshwa Madhavrao I countered with a strong force, and defeated Hyder near Rattihalli.যিহেতু ছাভানুৰ মাৰাঠাসকলৰ কৰতলীয়া আছিল, পেশ্বৱা মাধৱৰাও প্ৰথমে শক্তিশালী সেনাবলেৰে ইয়াক প্ৰতিহত কৰিছিল আৰু ৰতীহাল্লিৰ ওচৰত হাইদৰক পৰাজিত কৰিছিল। |
During Hyder Ali's absence from the Carnatic, the British recovered many places that Hyder Ali had taken and only weakly garrisoned, and advanced as far south as Dindigul.কৰ্ণাটকত হাইদৰ আলিৰ অনুপস্থিতিত ব্ৰিটিছে হাইদৰ আলীয়ে লোৱা বহুতো ঠাই উদ্ধাৰ কৰিছিল আৰু কেৱল দুৰ্বলভাৱে সেনাৰে সুৰক্ষিত কৰিছিল আৰু ডিণ্ডিগুললৈকে দক্ষিণলৈ আগবাঢ়ি গৈছিল। |
After his reconquest, Hyder Ali learned that the Mangalorean Catholics had helped the British in their conquest of Mangalore, behaviour he considered treasonous.পুনৰ বিজয়ৰ পাছত হাইদৰ আলিয়ে জানিব পাৰিছিল যে মাংগালোৰিয়ান কেথলিকসকলে ব্ৰিটিছসকলক তেওঁলোকৰ মাংগালোৰ বিজয়ত সহায় কৰিছিল, যি আচৰণক তেওঁ ৰাষ্ট্ৰদ্ৰোহাত্মক বুলি গণ্য কৰিছিল। |
However, Shahu had forgiven the Dabhades and allowed them to retain their jagirs and titles on the condition that they would remit half of the revenues collected from Gujarat to his treasury.অৱশ্যে, শ্বাহুৱে দাভাদীসকলক ক্ষমা কৰিছিল আৰু তেওঁলোকক তেওঁলোকৰ জাগীৰ আৰু উপাধিবোৰ এই চৰ্তত ৰাখিবলৈ অনুমতি দিছিল যাতে তেওঁলোকে গুজৰাটৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ আধা তেওঁৰ কোষাগাৰলৈ প্ৰেৰণ কৰে। |
The Maratha Confederacy had just been routed at the Third Battle of Panipat by Ahmad Shah Durrani and the Mughals had been restored in the year 1761.মাৰাঠা মিত্ৰসংঘক আহমদ শ্বাহ দুৰানীৰদ্বাৰা পানীপথৰ তৃতীয় যুদ্ধত পৰাজিত কৰা হৈছিল আৰু ১৭৬১ চনত মোগলসকলক পুনঃপ্ৰতিষ্ঠা কৰা হৈছিল। |
He had a very close friendship with two Goan Catholic clergymen, Bishop Noronha and Fr. Joachim Miranda, and allowed a Protestant missionary to live at his court.গোৱাৰ দুজন কেথলিক পাদ্ৰী, বিশ্বপ নৰোনহা আৰু ফাদাৰ জোয়াকিম মিৰাণ্ডাৰ সৈতে তেওঁৰ অতি ঘনিষ্ঠ বন্ধুত্ব আছিল আৰু তেওঁ এজন প্ৰটেষ্টাণ্ট মিছনেৰীক তেওঁৰ দৰবাৰত থাকিবলৈ অনুমতি দিছিল। |
Tipu introduced a new calendar, new coinage, and seven new government departments, during his reign, and made military innovations in the use of rocketry.টিপুৱে তেওঁৰ শাসনকালত এখন নতুন কেলেণ্ডাৰ, নতুন মুদ্ৰা আৰু সাতটা নতুন চৰকাৰী বিভাগ মুকলি কৰিছিল আৰু ৰকেট বিদ্যা ব্যৱহাৰত সামৰিক উদ্ভাৱন কৰিছিল। |
Shivaji's legacy was to vary by observer and time, but nearly two centuries after his death, he began to take on increased importance with the emergence of the Indian independence movement, as many Indian nationalists elevated him as a proto-nationalist and hero of the Hindus.শিৱাজীৰ উত্তৰাধিকাৰ পৰ্যবেক্ষক আৰু সময় অনুসৰি পৃথক হ'ব লাগিছিল, কিন্তু তেওঁৰ মৃত্যুৰ প্ৰায় দুই শতিকাৰ পিছত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ উত্থানৰ লগে লগে অধিক গুৰুত্ব ল'বলৈ আৰম্ভ কৰিছিল কিয়নো বহুতো ভাৰতীয় জাতীয়তাবাদীয়ে তেওঁক আদি-জাতীয়তাবাদী আৰু হিন্দুসকলৰ নায়ক হিচাপে উন্নীত কৰিছিল। |
In 1789, Tipu Sultan disputed the acquisition by Dharma Raja of Travancore of two Dutch-held fortresses in Cochin.১৭৮৯ চনত কোচিনৰ দুটা ডাচ্চ-অধিকৃত দুৰ্গ ট্ৰাভাঙ্কোৰৰ ধৰ্ম ৰাজাৰদ্বাৰা অধিগ্ৰহণক টিপু চুলতানে বিৰোধ কৰিছিল। |
Ray created two popular fictional characters in Bengali children's literatureFeluda, a sleuth, and Professor Shonku, a scientist.ৰায়ে বাংলা শিশু সাহিত্যত ফেলুদা, এজন চোৰাংচোৱা আৰু এজন বিজ্ঞানী অধ্যাপক শংকু নামৰ দুটা জনপ্ৰিয় কাল্পনিক চৰিত্ৰ সৃষ্টি কৰিছিল। |
He was admitted to a hospital but never recovered.তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও কেতিয়াও সুস্থ হোৱা নাছিল। |
In the run-up to his expedition, Shivaji appealed to a sense of Deccani patriotism, that Southern India was a homeland that should be protected from outsiders.শিৱাজীয়ে তেওঁৰ অভিযানৰ সময়ত দাক্ষিণাত্য দেশপ্ৰেমৰ অনুভূতিৰ বাবে আহ্বান জনাইছিল যে দক্ষিণ ভাৰত হৈছে এক গৃহভূমি যাক বাহিৰৰ লোকৰ পৰা সুৰক্ষিত কৰা উচিত। |
Tipu's father, Hyder Ali, had risen to power and Tipu succeeded him as the ruler of Mysore upon his father's death in 1782.টিপুৰ দেউতাক হাইদৰ আলীয়ে ক্ষমতা লাভ কৰিছিল আৰু টিপুৱে ১৭৮২ চনত দেউতাকৰ মৃত্যুৰ পিছত মহীশূৰৰ শাসক হিচাপে তেওঁৰ উত্তৰাধিকাৰী হৈছিল। |
He set up the Iqtadari system: division of empire into Iqtas, which were assigned to the nobles and officers in lieu of salary.তেওঁ ইকতাদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল: সাম্ৰাজ্যখনক ইকতাত বিভক্ত কৰা হৈছিল, যিবোৰ দৰমহাৰ পৰিৱৰ্তে সম্ভ্ৰান্ত আৰু বিষয়াসকলক আৱণ্টন কৰা হৈছিল। |
Iltutmish organized the administration of the Sultanate, laying the foundation for its dominance over northern India until the Mughal invasion.ইলতুৎমিছে চুলতানী সাম্ৰাজ্যৰ প্ৰশাসন সংগঠিত কৰি মোগলৰ আক্ৰমণৰ আগলৈকে উত্তৰ ভাৰতৰ ওপৰত ইয়াৰ আধিপত্যৰ ভেটি স্থাপন কৰিছিল। |
His officers also attacked and plundered the Chandela-controlled Kalinjar area.তেওঁৰ বিষয়াসকলে চান্দেলা নিয়ন্ত্রণত থকা কালিঞ্জাৰ অঞ্চলটো আক্রমণ কৰি লুটপাত কৰিছিল। |
Over the next few years, Iltutmish suppressed a rebellion in Bengal, captured Gwalior, raided the Paramara-controlled cities of Bhilsa and Ujjain in central India, and expelled Khwarazmian subordinates in the north-west.পৰৱর্তী কেইটামান বছৰৰ ভিতৰত, ইলতুৎমিছে বংগত এটা বিদ্ৰোহ দমন কৰিছিল, গোৱালিয়ৰ দখল কৰিছিল, মধ্য ভাৰতৰ পৰমাৰা নিয়ন্ত্ৰিত চহৰ ভিলছা আৰু উজ্জয়িনীত আক্ৰমণ চলাইছিল, আৰু উত্তৰ-পশ্চিমৰ খোৱাৰাজমিয়ান অধীনস্থসকলক বহিষ্কাৰ কৰিছিল। |
His military actions against the Khokhar rebels in 1205-1206 gained attention of the Ghurid Emperor Mu'izz ad-Din, who manumitted him even before his master Aibak was manumitted.১২০৫-১২০৬ চনত খোখাৰ বিদ্ৰোহীসকলৰ বিৰুদ্ধে তেওঁৰ সামৰিক পদক্ষেপে ঘুৰীদ সম্ৰাট মুইজ আদ-দিনৰ দৃষ্টি আকৰ্ষণ কৰিছিল, যিয়ে তেওঁৰ মালিক আইবাকক মুক্ত কৰাৰ আগতেই তেওঁক মুক্ত কৰিছিল। |
Gavaskar scored an unbeaten 103 in the First Test in Bangalore, and made two further half centuries to total 264 runs at 66.বাংগালোৰত অনুষ্ঠিত প্ৰথম টেষ্টত গাভাস্কাৰে অপৰাজিত ১০৩ ৰান সংগ্ৰহ কৰিছিল আৰু দুটা অৰ্ধশতক কৰি ৬৬ত মুঠ ২৬৪ ৰান সংগ্ৰহ কৰিছিল। |
Apart from an unbeaten 147 in the drawn Third Test in Georgetown, Guyana, his next best effort was 32.গায়ানাৰ জৰ্জটাউনত অনুষ্ঠিত ড্র হোৱা তৃতীয় টেষ্টত অপৰাজিত ১৪৭ ৰানৰ উপৰিও তেওঁৰ পৰৱৰ্তী শ্রেষ্ঠ প্রচেষ্টা আছিল ৩২ ৰান। |
Gavaskar went on to the West Indies for a five Test tour purely as a batsman, but could not reproduce the form that he had shown in the Caribbean in 1971 and 1976.গাভাস্কাৰে কেৱল বেটছমেন হিচাপে পাঁচখন টেষ্টৰ এক ভ্ৰমণৰ বাবে ৱেষ্ট ইণ্ডিজলৈ গৈছিল, কিন্তু ১৯৭১ আৰু ১৯৭৬ চনত কেৰিবিয়ানত দেখুওৱা ফর্ম পুনৰ দেখুৱাব পৰা নাছিল। |
Despite holding on for draws in the last two Tests, Gavaskar was replaced by Kapil Dev as captain after the 30 loss.শেহতীয়া দুখন টেষ্টত ড্ৰ’ হোৱাৰ স্বত্ত্বেও ৩০টা পৰাজয়ৰ পিছত গাভাস্কাৰৰ ঠাইত কপিল দেৱক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। |
In the Third Test in Faisalabad, Gavaskar managed an unbeaten 127 in the second innings to force Pakistan into a run chase, but the other two losses were substantial, both by an innings.ফৈছালাবাদত অনুষ্ঠিত তৃতীয়খন টেষ্টত গাভাস্কাৰে দ্বিতীয় ইনিংছত অপৰাজিত ১২৭ ৰান কৰি পাকিস্তানক ৰান অনুসৰণ কৰিবলৈ বাধ্য কৰাইছিল যদিও বাকী দুখন খেলত বৃহৎ পৰাজয়ৰ সন্মুখীন হৈছিল, দুয়োখনেই এটা এটা ইনিংছৰ ব্যৱধানত। |
India started well enough, drawing the First Test in Lahore, with Gavaskar scoring 83.গাভাস্কাৰে কৰা ৮৩ ৰানৰ জৰিয়তে লাহোৰত অনুষ্ঠিত প্ৰথম টেষ্টত ড্ৰ কৰি ভাৰতে যথেষ্ট ভাল আৰম্ভণি কৰিছিল। |
India played in twelve Tests, losing five and drawing seven.ভাৰতে ১২খন টেষ্ট খেলিছিল, তাৰ পাঁচখন হাৰিছিল আৰু সাতখন ড্র কৰিছিল। |
Despite this, India were unable to finish off their novice opponents, the draw heralding a start of a winless summer.ইয়াৰ পিছতো ভাৰতে নিজৰ নশিকাৰু প্ৰতিদ্বন্দ্বীক পৰাজিত কৰিবলৈ সক্ষম হোৱা নাছিল, সেই ড্ৰই জয়হীন গ্ৰীষ্মকালৰ আৰম্ভণিৰ সূচনা কৰিছিল। |
It was the first Test between the two nations, with Sri Lankan having only recently been awarded Test status.দুয়োখন দেশৰ মাজত এইখনেই প্ৰথমখন টেষ্ট আছিল, শেহতীয়াকৈহে শ্ৰীলংকাক টেষ্টৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। |
The 1982-83 subcontinental season started well for Gavaskar on an individual note, as he made 155 in a one-off Test against Sri Lanka in Madras.১৯৮২-৮৩ চনৰ উপমহাদেশীয় ছিজনত ব্যক্তিগত পর্য্যায়ত গাভাস্কাৰৰ বাবে ভাল আৰম্ভণি হৈছিল, কিয়নো তেওঁ মাদ্ৰাজত শ্ৰীলংকাৰ বিৰুদ্ধে ওৱান-অফ টেষ্টত ১৫৫ ৰান সংগ্ৰহ কৰিছিল। |
In that time, he scored 2,301 Test runs including eight centuries.সেই সময়ত তেওঁ আঠটা শতকাসহ ২,৩০১ টেষ্ট ৰান সংগ্রহ কৰিছিল। |
This ended a 14-month span in which Gavaskar played in 22 Tests and the 1979 Cricket World Cup.ইয়াৰ জৰিয়তে ১৪ মাহৰ সময়সীমাৰ অন্ত পৰিছিল, য'ত গাভাস্কাৰে ২২খন টেষ্ট আৰু ১৯৭৯ চনৰ ক্রিকেট বিশ্বকাপ খেলিছিল। |
The season ended with a one-off Test against England in Bombay, which India lost.এই ছিজন ইংলেণ্ডৰ বিৰুদ্ধে হোৱা এখন ওৱান-অফ টেষ্টৰ সৈতে শেষ হৈছিল, য'ত ভাৰত হাৰিছিল। |
In the end the tour did not go ahead as the West Indian board were not interested in a team without Gavaskar.শেষত ভ্ৰমণটো আগবাঢ়ি নগ'ল কাৰণ ৱেষ্ট ইণ্ডিয়ান ব’ৰ্ডে গাভাস্কাৰ নথকা এক দলৰ প্ৰতি আগ্ৰহী নাছিল। |
Having secured the series 20, Gavaskar was removed from the captaincy for the drawn Sixth Test.শৃংখলা ২০ সুৰক্ষিত কৰাৰ পিছত, ড্ৰ হোৱা ষষ্ঠ টেষ্টৰ বাবে গাভাস্কাৰক অধিনায়কৰ পদৰ পৰা আঁতৰাই দিয়া হৈছিল। |
Soon after arriving there he settled in rooms at Livingston Hall with Naval Bhathena, a Parsi who was to be a lifelong friend.তাত উপস্থিত হোৱাৰ লগে লগে তেওঁ লিভিংষ্টন হলৰ কোঠাত নেভাল ভথেনা নামৰ পার্চী এজনৰ লগত থাকিবলৈ লৈছিল, যিগৰাকী তেওঁৰ আজীৱন বন্ধু আছিল। |
By 1912, he obtained his degree in economics and political science from Bombay University, and prepared to take up employment with the Baroda state government.১৯১২ চনৰ ভিতৰত তেওঁ বম্বে' বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত ডিগ্ৰী লাভ কৰিছিল আৰু বৰোদা ৰাজ্য চৰকাৰত কৰ্মসংস্থাপন ল’বলৈ সাজু হৈছিল। |
India won the Third and Fifth Tests in Bombay and Madras.ব'ম্বে আৰু মাদ্ৰাছত অনুষ্ঠিত তৃতীয় আৰু পঞ্চম টেষ্টত ভাৰত জয়ী হৈছিল। |
A public ceremony was evoked, to celebrate his success, by the community, and it was at this occasion that he was presented with a biography of the Buddha by Dada Keluskar, the author and a family friend.তেওঁৰ সফলতাক উদযাপন কৰিবলৈ সমাজৰ দ্বাৰা এক ৰাজহুৱা অনুষ্ঠান পতা হৈছিল আৰু এই অনুষ্ঠানটোতে তেওঁক লেখক তথা তেওঁৰ পৰিয়ালৰ বন্ধু দাদা কেলুস্কাৰে বুদ্ধৰ জীৱনী এখন উপহাৰ হিচাপে দিছিল। |
The series against Pakistan was similarly high scoring, with four draws, three of which did not reach the fourth innings.পাকিস্তানৰ বিৰুদ্ধে হোৱা শৃংখলাটোতো একেধৰণে যথেষ্ট ৰান হৈছিল, চাৰিখন ড্ৰ হৈছিল, যাৰ তিনিখন চতুৰ্থ ইনিংছতো উপনীত হ'ব পৰা নাছিল। |
India broke through for a 153-run win in the Third Test at Kanpur, where Gavaskar scored 76.কানপুৰত অনুষ্ঠিত তৃতীয় টেষ্টত ভাৰতে ১৫৩ ৰানত জয়লাভ কৰিছিল, য'ত গাভাস্কাৰে ৭৬ ৰান সংগ্ৰহ কৰিছিল। |
The first two Tests against Australia were high scoring draws where only 45 wickets fell, with India taking a first-innings lead in both after making scores over 400.অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্ট বৃহৎ ৰানৰ সৈতে কৰা ড্ৰ আছিল, য’ত মাত্ৰ ৪৫টা উইকেটহে গৈছিল, আৰু ভাৰতে ৪০০ৰো অধিক ৰান কৰি দুয়োখনতে প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰিছিল। |
When he passed his English fourth standard examinations, the people of his community wanted to celebrate because they considered that he had reached "great heights" which he says was "hardly an occasion compared to the state of education in other communities".যেতিয়া তেওঁ ইংৰাজী চতুৰ্থ শ্রেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল, তেতিয়া তেওঁৰ সম্প্ৰদায়ৰ মানুহে উদযাপন কৰিব বিচাৰিছিল কাৰণ তেওঁলোকে ভাবিছিল যে তেওঁ "মহান উচ্চতা"ত উপনীত হৈছে যিটোত তেওঁ কৈছিল যে "অন্য সম্প্ৰদায়ৰ শিক্ষাৰ অৱস্থাৰ তুলনাত এইটো বিৰল আছিল"। |
In 1907, he passed his matriculation examination and in the following year he entered Elphinstone College, which was affiliated to the University of Bombay, becoming, according to him, the first from his Mahar caste to do so.১৯০৭ চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তাৰ পিছৰ বছৰত তেওঁ বম্বে' বিশ্ববিদ্যালয়ৰ অধীনস্থ এলফিনষ্ট'ন কলেজত ভৰ্তি হৈছিল, তেওঁৰ মতে মহাৰ জাতিৰ পৰা ইমানখিনি কৰা তেওঁ প্রথমজন ব্যক্তি আছিল। |
Of his brothers and sisters, only Ambedkar passed his examinations and went to high school.তেখেতৰ ভাই-ভনীসকলৰ মাজত কেৱল আম্বেদকাৰে তেওঁৰ পৰীক্ষাসমূহত উত্তীর্ণ হৈছিল আৰু হাইস্কুললৈ গৈছিল। |
The situation came to a head in August, when, through sympathetic intermediaries, he negotiated a settlement that included repealing the tax hike, reinstating village officials who had resigned in protest, and returning seized property and land.আগষ্ট মাহত পৰিস্থিতি তীব্ৰতৰ হৈ পৰে, যেতিয়া তেওঁ সহানুভূতিশীল মধ্যস্থতাকাৰীৰ জৰিয়তে এটা নিষ্পত্তিৰ আলোচনা কৰে য’ত কৰ বৃদ্ধি বাতিল কৰা, প্ৰতিবাদত পদত্যাগ কৰা গাঁৱৰ বিষয়াসকলক পুনৰ নিযুক্তি দিয়া, জব্দ কৰা সম্পত্তি আৰু মাটি ঘূৰাই দিয়া আদি বিষয় আছিল। |
He organised thousands of volunteers from all over the country to take part in processions of people violating the law.আইন উলংঘা কৰা লোকৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ স্বেচ্ছাসেৱকক সংগঠিত কৰিছিল। |
When Gandhi was in prison, Patel was asked by Members of Congress to lead the satyagraha in Nagpur in 1923 against a law banning the raising of the Indian flag.যেতিয়া গান্ধী কাৰাগাৰত আছিল, পেটেলক কংগ্ৰেছৰ সদস্যসকলে ১৯২৩ চনত নাগপুৰত ভাৰতীয় পতাকা উত্তোলন নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে সত্যাগ্ৰহৰ নেতৃত্ব দিবলৈ কৈছিল। |
He established refugee centres across the district, mobilised volunteers, and arranged for supplies of food, medicines, and clothing, as well as emergency funds from the government and the public.তেওঁ সমগ্ৰ জিলাখনতে শৰণাৰ্থী কেন্দ্ৰ স্থাপন কৰিছিল, স্বেচ্ছাসেৱকক একত্ৰিত কৰিছিল আৰু খাদ্য, ঔষধ আৰু কাপোৰৰ যোগানৰ লগতে চৰকাৰ আৰু জনসাধাৰণৰ পৰা জৰুৰীকালীন পুঁজিৰ ব্যৱস্থা কৰিছিল। |